R

R

Dj mix

04:00

歌詞

R

( Female Voice )
 অখম দেখৰ ছোৱালী মই ৰংঢালি
চাম্পা নহয় মোৰে নাম ৰংঢালি
চাহ বাগিছাত ঘৰ মোৰ
যাবা নেকি ?
চাম্পা নহয় মোৰে নাম ৰংঢালি ৷
(Male Voice )
চাম্পা নহয় , তোমাৰ  নাম ৰংঢালি
সদায় তুমি  school যোআ চাইকেল মাৰি
ভালদৰে পৰিবা বুলি মামা দিলে চাইকেল ফিৰি
(Female Voice )
 অতি ধুনীয়া মই , অখমৰ জীওৰি
পৰা শুনাত নহওঁ বেয়া , মই ৰংঢালি
দেশৰ মান  আমিএ আনিম এদিন
মনত ৰাখিবা তুমি
অ চাম্পা নহয় , মোৰ নাম ৰংঢালি ৷
(Male Voice )
পিছে পৰাতকৈ তুমি ,  style  কৰা বেচি
লৰাবোৰ ভাল নহয়  জানা , লগাব চকু জুৰি.
সাবধানে থাকিবা তুমি ৰংঢালি ৷
( Female Voice )
তুমি পিছে কি কৰি আাছা 
এবাৰ চোআ চোন ভাবি
মোৰ পিছ কৰি লাভ নাই
যোআা ঘৰ বুলি 
মুৰটো এবাৰ  লগাই সকলো ভাবি চাবি
চম্পা নহয় মোৰ নাম ৰংঢালি ৷
(Male Voice)
কেচটো তুমি ঠিকে ধৰিছা 
বুজিলো মই তোমাৰ চতুৰালি
তোমাক বৰ ভাল পাওঁ , মই ৰংঢালি
কথাটো আজিএ দিলো জাননী ৷
( Female Voice )
দুষ্ঠ লৰাৰ মিষ্টি কথা 
ভালকৈ জানো মই, কথাটি
পিছে একো লাভ নহব তোমাৰ
দিলো প্ৰথম warning টি ,
পিছলৈ যাতে মনত ৰখা মোৰ কথাটি
চাম্পা। নহয় মোৰ নাম , ৰংঢালি ৷
( Male Voice )
বৰ দুখ পালো কথাটিত তোমাৰ
জানা ৰংঢালি---
তোমাক কিন্তু  নাপালে মই
গলত লম ৰচী এখনি
চাম্পা নহয় তোমাৰ নাম ৰংঢালি ৷
( Female Voice )
 কথা দিলো এইটো মই, নেযাওঁ পাহৰি
আহাকালি এই সময়ত, ইআাতে
আহিবা তুমি
ৰচী এটি আনি দিম তোমাক
কচু গছত লোৱা ফাচি
চম্পা নহয় মো