Lyrics
R
( Female Voice ) অখম দেখৰ ছোৱালী মই ৰংঢালি চাম্পা নহয় মোৰে নাম ৰংঢালি চাহ বাগিছাত ঘৰ মোৰ যাবা নেকি ? চাম্পা নহয় মোৰে নাম ৰংঢালি ৷ (Male Voice ) চাম্পা নহয় , তোমাৰ নাম ৰংঢালি সদায় তুমি school যোআ চাইকেল মাৰি ভালদৰে পৰিবা বুলি মামা দিলে চাইকেল ফিৰি (Female Voice ) অতি ধুনীয়া মই , অখমৰ জীওৰি পৰা শুনাত নহওঁ বেয়া , মই ৰংঢালি দেশৰ মান আমিএ আনিম এদিন মনত ৰাখিবা তুমি অ চাম্পা নহয় , মোৰ নাম ৰংঢালি ৷ (Male Voice ) পিছে পৰাতকৈ তুমি , style কৰা বেচি লৰাবোৰ ভাল নহয় জানা , লগাব চকু জুৰি. সাবধানে থাকিবা তুমি ৰংঢালি ৷ ( Female Voice ) তুমি পিছে কি কৰি আাছা এবাৰ চোআ চোন ভাবি মোৰ পিছ কৰি লাভ নাই যোআা ঘৰ বুলি মুৰটো এবাৰ লগাই সকলো ভাবি চাবি চম্পা নহয় মোৰ নাম ৰংঢালি ৷ (Male Voice) কেচটো তুমি ঠিকে ধৰিছা বুজিলো মই তোমাৰ চতুৰালি তোমাক বৰ ভাল পাওঁ , মই ৰংঢালি কথাটো আজিএ দিলো জাননী ৷ ( Female Voice ) দুষ্ঠ লৰাৰ মিষ্টি কথা ভালকৈ জানো মই, কথাটি পিছে একো লাভ নহব তোমাৰ দিলো প্ৰথম warning টি , পিছলৈ যাতে মনত ৰখা মোৰ কথাটি চাম্পা। নহয় মোৰ নাম , ৰংঢালি ৷ ( Male Voice ) বৰ দুখ পালো কথাটিত তোমাৰ জানা ৰংঢালি--- তোমাক কিন্তু নাপালে মই গলত লম ৰচী এখনি চাম্পা নহয় তোমাৰ নাম ৰংঢালি ৷ ( Female Voice ) কথা দিলো এইটো মই, নেযাওঁ পাহৰি আহাকালি এই সময়ত, ইআাতে আহিবা তুমি ৰচী এটি আনি দিম তোমাক কচু গছত লোৱা ফাচি চম্পা নহয় মো